October 30, 2025 12:55 PM
23
ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি জি কিষাণ ৰেড্ডীৰ
কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কালি নতুন দিল্লীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি কৰে। এই উপলক্ষে শ্রীৰেড্ডীয়ে কয়, যে ব্যবসায় সুগম কৰি তোলা, বিভিন্ন ক্ষেত্ৰৰ বাবে বিনিয়োগ আকৰ্ষণ কৰা আৰু উদ্যোগ জগতৰ ব্যাপক অংশগ্রহণত উদগণি যোগোৱাই এই নিলামৰ মূল উদ্দেশ্য। মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰথমবাৰৰ বাবে কয়লা আৰু খনি মন্ত্রালয়ে নিলামৰ পৰিকাঠামোৰ অধীনত ভূমিগত কয়লা গেছীয়কৰণৰ ব্যৱস্থা কৰিছে। শ্রীৰেড্ডীয়ে কয়, যে ১৪টা ৰাউণ্ডত মুঠ ৪১টা কয়লা খনিৰ প্ৰস্তাৱ দিয়া হৈছে, ইয়াৰে ২১টা খ...