September 30, 2024 12:05 PM

views 16

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নির্বাচন শান্তিপূর্ণভাৱে তথা সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পৰ্যায়ৰ নিৰ্বাচনত অঞ্চলটো ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই ৪০ খন বিধানসভা আসনৰ ভিতৰত ১৬ খন কাশ্মীৰৰ আৰু ২৪ খন জম্মুৰ। কালি এই পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত ৩৯ লাখ ১০ হাজাৰতকৈও অধিক ভোটদাতাই ৪১৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ভোটগ্র...

September 27, 2024 6:55 PM

views 15

জম্মু-কাশ্মীৰত ১ অক্টোবৰত ৪০টা বিধানসভা সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ

জম্মু-কাশ্মীৰৰ চূড়ান্ত আৰু তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰে গতি লাভ কৰিছে। ১ অক্টোবৰত ৪০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। আকাশবাণী জম্মু সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ভোটাৰক আকৰ্ষণ কৰিবলৈ সমদল, আলাপ অনুষ্ঠান, ৰোডশ্ব'ৰ আয়োজন কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী বিধানসভাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত অংশ লবলৈ কাইলৈ জম্মুত উপস্থিত হ'ব। তেওঁ মৌলানা আজাদ ষ্টেডিয়ামত ৰাজহুৱা সভাত ভাষণ দিব। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধ...