August 20, 2024 5:52 PM

views 15

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

নির্বাচন আয়োগে জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত প্রথম পৰ্যায়ত অনন্তনাগ, শ্ব'পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ'দা জিলাৰ ২৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । আনহাতে, ৩০ আগষ্টলৈকে প্রার্থীসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত প্রায় ৯০ লাখ ভোটদাতাই ভোটদান কৰাৰ স...