October 16, 2024 11:14 AM
21
আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মান নির্ধাৰণ সভাত বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক শলাগ
বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মান নির্ধাৰণ সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ শলাগ লৈছে। শ্ৰীমোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভাত ভাৰতীয় মোবাইল সভাৰ অষ্টম সংস্কৰণো মুকলি কৰে। উদ্যোগপতিসকলে ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগী তথা সংস্কাৰ, উদ্ভাৱন আৰু সহযোগিতাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰো ভূয়সী প্ৰশংসা কৰে। ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেডৰ অধ্যক্ষ আকাশ আম্বানীয়ে ডিজিটেল পৰিৱৰ্তনত ভাৰতৰ গুৰুত্বপ...