June 10, 2025 12:30 PM

views 29

জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতা আৰম্ভ

জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতা আৰম্ভ হ'ব। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল আৰু পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ ফাইনেলেৰে এই প্ৰতিযোগিতা মুকলি হ'ব। এইবেলি ৩ গৰাকী ভাৰতীয় খেলুৱৈয়ে এই প্রতিযোগিতাত অভিষেক ঘটাবলৈ সাজু হৈছে। ৩৬ গৰাকী খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটো প্ৰতিযোগিতাত ভাগ লোৱা দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে। অলিম্পিকৰ পিষ্টল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা মনু ভাকেৰ আৰু কিৰণ অংকুশ যাদৱকে ধৰি পুৰুষৰ ৰাইফল শিতানৰ তাৰকা খেলুৱৈ অৰ্জুন বাবুটা আৰু স্ব...

October 2, 2024 3:53 PM

views 16

আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিঙত মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীৰ সোণৰ পদক অৰ্জন

পেৰুৰ লীমাত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিং প্রতিযোগিতাৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীয়ে সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ কালি চতুর্থ দিনটোত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ প্ৰতিযোগীগৰাকীক ইটালীৰ ক্ৰিষ্টিনা মাগনানীক পৰাভূত কৰি শীৰ্ষ স্থানত উপনীত হয়। এই প্রতিযোগিতাত ফ্ৰান্সৰ হেল'ইজ ফ'ৰে তৃতীয় স্থান দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ তেজস্বীনী আৰু বিভূতি ভাটিয়া লগ লাগি মহিলাৰ জুনিয়ৰ প্ৰতিযোগিতাৰ ২৫ মিটাৰ পিষ্টল শাখাত খিতাপ অৰ্জন কৰা দিবাংশীয়ে একেখন প্রতিযোগিত...

October 1, 2024 2:57 PM

views 43

আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত ভাৰতৰ পাৰ্থ ৰাকেশ মানেৰ ২ টা সোণৰ পদক অৰ্জন

পেৰুৰ লিমাত চলি থকা শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত বিজয়ী হৈ ভাৰতৰ পাৰ্থ ৰাকেশ মানে দুটা সোণৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত পার্থই সোণৰ পদক অৰ্জন কৰাৰ পাছত দলীয় শাখাত অজয় মালিক আৰু অভিনৱ শ্বৰ সৈতে সোণৰ পদক অৰ্জন কৰে। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত গৌতমী ভানট, সম্ভৱী থ্ৰিছাগৰ আৰু অনুস্কা ঠাকুৰে ভাৰতৰ হৈ তৃতীয়টো সোণৰ পদক অৰ্জন কৰে। পাৰ্থ মানে প্রতিযোগিতাৰ ফাইনেলত ২৫০.৭ পইণ্ট অৰ্জন কৰি পূৰ্বৰ এছিয...

September 27, 2024 1:13 PM

views 17

পেৰুত হ’বলগীয়া আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১জনীয়া দলৰ অংশগ্ৰহণ

পেৰুৰ লিমাৰ লাছ পালমাছ শ্বুটিং ৰেঞ্জত আজিৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১ জনীয়া দলে অংশগ্ৰহণ কৰিছে। প্রতিযোগিতাৰ এই চতুর্থ সংস্কৰণত ভাৰতে ২১ বছৰ অনূৰ্ধ্ব শাখাত পিষ্টল, ৰাইফল আৰু শ্বটগান শিতানত অংশগ্রহণ কৰিব। প্ৰতিযোগিতাত অলিম্পিক আৰু নন্-অলিম্পিক দুয়োটা শাখা অন্তর্ভুক্ত হ'ব। ২০২৩ চনত প্ৰতিযোগিতাৰ চাংৱানত অনুষ্ঠিত সংস্কৰণত ভাৰতে ৬টা সোণ, ৬টা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ১৭টা পদক লাভ কৰি চীনৰ পাছতে পদক তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল। যোৱা বছৰ ...