September 29, 2025 8:13 PM

views 29

আই এছ এছ এফ জুনিয়ৰ মহিলা বিশ্বকাপত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতৰ শ্রেষ্ঠত্ব অৰ্জন

দিল্লীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ মহিলা বিশ্বকাপত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতে শ্রেষ্ঠত্ব অৰ্জন কৰে। ওজাছভি ঠাকুৰে ২৫২.৭ পইণ্টেৰে স্বৰ্ণ পদক দখল কৰে আৰু হৃদ্যাশ্রী কান্দুৰে ২৫০.২ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে। এছ ক্ষীসাগৰে ২২৯.৪ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।