August 23, 2025 8:46 PM

views 9

ইছৰোৰ ভূ-পোর্টেলটোৱে বতৰৰ পূর্বানুমান প্ৰকাশ কৰি শস্য উৎপাদনত কৃষকক অধিক উপকৃত কৰিছেঃ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে বিকশাই তোলা ভূ-পোর্টেলটোৱে খৰাং পৰিস্থিতি, বৰষুণ, বতৰ আদিৰ সন্দৰ্ভত সঠিক পূর্বানুমান প্ৰকাশ কৰি শস্য উৎপাদনৰ ক্ষেত্ৰত কৃষকসকলক অধিক উপকৃত কৰিছে। নতুন দিল্লীত আদি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি তেওঁ কয়, যে ভাৰতৰ মহাকাশ বিজ্ঞানীসকলে আগবঢ়োৱা অৱদানে কৃষকসকলক সহায় কৰিছে। উপগ্ৰহৰ জৰিয়তে আহৰণ কৰা উল্লেখযোগ্য তথ্যৰ ফলত খাদ্য-শস্যৰ উৎপাদনত হ'ব পৰা বিৰূপ প্ৰভাব সন্দৰ্ভ...