August 27, 2025 12:25 PM August 27, 2025 12:25 PM

views 16

ৰাজ্যৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ISRO ভ্ৰমণৰ বাবে ৰাওনা

ৰাজ্যৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী আজি বেংগালুৰুত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা - ISRO ভ্ৰমণৰ বাবে ৰাওনা হৈছে। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ এক্সপ'জাৰ টুৰৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত বছা বছা মুঠ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাৰিদিনীয়া মহাকাশ গৱেষণা সংস্থা ভ্ৰমণৰ বাবে লৈ যোৱা হৈছে। ইয়াৰ জৰিয়তে তেওঁলোকক মহাকাশ বিজ্ঞান সম্পৰ্কীয় জ্ঞান আৰু বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই ভ্রমণকালত ছাত্ৰ-ছাত্ৰীসকলে ইছৰ'ৰ বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰাৰ সুযোগ লাভ কৰি...