March 22, 2025 8:59 PM March 22, 2025 8:59 PM

views 4

ইছৰোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছেঃ অধ্যক্ষ ড° ভি নাৰায়ণন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰো)ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে কৈছে, যে প্ৰতিষ্ঠানটোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ এটা বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছে। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ প্ৰস্তুতি চলোৱাৰ বাবে ইতিমধ্যে নীতি নিৰ্দেশনা প্রদান কৰিছে আৰু ইছৰোই ২০৪০ চনৰ ভিতৰত এই কাৰ্য সম্পন্ন কৰিব। তেওঁ লগতে ২০৩৫ চনৰ ভিতৰত দেশ নিজাববীয়া মহাকাশ কেন্দ্ৰৰ অধিকাৰী হ'ব বুলিও প্ৰকাশ কৰে। কালি জলন্ধৰৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ অষ্টম ছাত্র সং...