April 16, 2025 12:40 PM
15
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ক পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতাৰ কথা দোহাৰে
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ক কয় যে তেওঁ এখন পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতা কৰে। নেতানাহুৱে দ্বিদেশীয় সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমর্থন যুগুতোৱাৰ ক্ষেত্ৰত তেওঁৰ দীৰ্ঘদিনীয়া স্থিতিৰ কথা দোহাৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত নেতান্যাহুৱে পেলেষ্টাইনী ৰাজ্য স্থাপনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে এনে হ'লে এয়া সন্ত্ৰাসবাদীৰ বাবে এটা উল্লেখনীয় সাফল্য হ'ব। ইজৰাইলৰ চহৰসমূহৰ নিচেই ওচৰতে পেলেষ্টাইনী ৰাজ্য স্থাপন হ'লে ই...