March 17, 2025 1:37 PM
য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাৰ হাই এলার্ট জাৰি
য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাই হাই এলার্ট জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ পাছত অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছে। ইজি...