March 17, 2025 1:37 PM March 17, 2025 1:37 PM
7
য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাৰ হাই এলার্ট জাৰি
য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাই হাই এলার্ট জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ পাছত অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছে। ইজিপ্তৰ শৰ্ম-এল-শ্বেইখত য়েমেনৰ পৰা কৰা মিছাইল আক্ৰমণৰ পাছতে ইজৰাইল এতিয়া অধিক তৎপৰ হৈ পৰিছে। এই আক্ৰমণ ইজৰাইল নে অঞ্চলটোত অৱস্থিত আমেৰিকাৰ প্ৰতিষ্ঠানৰ ওপৰত কৰা হৈছিল সেয়া নিশ্চিত হ'বলৈ ইজৰাইলৰ চোৰাংচোৱা সংস্থাই তদন্ত অব্যাহত ৰাখিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ দ্বাৰা য়েমেনত হুটি অৱস্থানসমূহত কৰা বৃহৎ বিমান আ...