October 20, 2025 7:43 PM

views 38

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ কৰিছে। ৰাফাৰ সমীপত হোৱা এটা বিস্ফোৰণত ইজৰাইলী সৈনিক নিহত হোৱাৰ পাছত আজি গাজাষ্ট্ৰীপত ইজৰাইলে এলানি বিমানেৰে চলোৱা আক্ৰমণত এগৰাকী সাংবাদিককে ধৰি ১৫ গৰাকী অসামৰিক লোক নিহত হয়। ইজৰাইল সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাফাত বাহৰ পাতি থকা ইজৰাইলী সেনাবাহিনীক উদ্দেশ্য কৰি হামাছ যোদ্ধাই এটা এন্টি টেংক ক্ষেপনাস্ত্র নিক্ষেপ কৰাৰ লগতে মুকলিকৈ গুলীবর্ষ...

February 20, 2025 7:33 AM

views 29

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সম্ভাৱনা

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ সৈতে যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ নেতৃত্ব দিবলৈ এজন ঘনিষ্ঠ আত্মীয়ক নিযুক্তি দিছে বুলি দেশখনৰ এজন চৰকাৰী বিষয়াই জানিবলৈ দিছে । আলোচনাৰ বাবে নিযুক্তি দিয়া ৰন ডাৰ্মাৰ এজন কেবিনেট মন্ত্ৰী আৰু প্ৰধানমন্ত্রী নেতান্যায়াহুৰ ঘনিষ্ঠ উপদেষ্টা। ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাত ইজৰাইলৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু হোৱাইট হাউছৰ সৈতে সূ-সম্পর্ক থকা এজন প্রাক্তন ৰিপাব্লিকান কর্মী। উল্লেখযোগ্য যে ইজৰাইল আৰু হামাছে এতিয়াও যুদ্ধবিৰতিৰ দ্বিতীয...