June 13, 2024 12:03 PM

views 14

দক্ষিণ লেবাননত হিজবুল্লাহৰ জ্যেষ্ঠ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাৰ হত্যা নিশ্চিত কৰিছে ইজৰাইলৰ সেনাবাহিনীয়ে

ইজৰাইলৰ সেনাবাহিনীয়ে দক্ষিণ লেবাননত হিজবুল্লাহৰ এজন জ্যেষ্ঠ কমাণ্ডাৰক দুদিন পূৰ্বে হত্যা কৰাটো নিশ্চিত কৰিছে। এটা বিবৃতিত দেশখনৰ সামৰিক বাহিনীয়ে কয় যে আক্ৰমণত হিজবুল্লাহৰ নাছাৰ ইউনিটৰ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাক হত্যা কৰা হৈছে। তেওঁ দক্ষিণ লেবাননত হিজবুল্লাহৰ অন্যতম জ্যেষ্ঠ কমাণ্ডাৰ আছিল। লেবাননৰ স্থানীয় সংবাদ মাধ্যমে আব্দুল্লাৰ মৃত্যু নিশ্চিত কৰি কয় যে এই আক্ৰমণৰ সময়ত আন তিনিজন লোক নিহত হোৱাৰ লগতে ১০ জন লোক আহত হৈছে। ইফালে, হিজবুল্লাহে উত্তৰ ইজৰাইলৰ সামৰিক স্থানসমূহত ৰকেট, ড্ৰোন, মিছাই...