February 16, 2025 8:54 PM

views 17

গাজাৰ যুদ্ধ বিৰতি সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰী আৰু ইজৰাইলৰ প্ৰধানমন্ত্রীৰ মত বিনিময়

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ'ই আজি ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেত্যান্যাহুৰ সৈতে জেৰুজালেমত গাজাৰ যুদ্ধ বিৰতি সন্দৰ্ভত মত বিনিময় কৰাৰ কথা। ৰুবিঅ'ই কাইলৈ টেলআভিভত উপস্থিত হ'ব। যুদ্ধ বিৰতি সন্দৰ্ভত হোৱা বুজাবুজিৰ আধাৰত ৩৬৯ গৰাকী পেলেষ্টাইনী বন্দীৰ বিনিময়ত হামাছে ইজৰাইলৰ তিনিগৰাকী পণবন্দীক মুকলি কৰি দিয়ে। আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে গাজাষ্টীটৰ নিয়ন্ত্রণ হাতত ৰখাৰ লগতে তাত বাস কৰা ২০ লাখতকৈও অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আগবঢ়োৱা...