ডাউনলোড
মোবাইল এপ

android apple
signal

April 29, 2025 11:49 AM

দক্ষিণ ইৰাণৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ-অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি

যোৱা শনিবাৰে হৰমুজগানৰ দক্ষিণ ইৰাণ প্ৰান্তৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে। লগতে এই ঘটনাত এহেজাৰ ২০০ৰো অধিক লোক আহত হোৱা বুলি ই...