April 27, 2025 11:07 AM
ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড মাস্কতত সম্পন্ন
ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড কালি মাস্কতত সম্পন্ন হয়। আলোচনাত দুয়ো পক্ষই অহা সপ্তাহত আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। ইৰানৰ পাৰমাণৱিক ...