January 16, 2026 8:36 PM

views 8

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে : বৈদেশিক পৰিক্ৰমা মন্ত্রালয়

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ মুখপাত্র বনধীৰ জয়ছৱালে কয় যে ভাৰত ইৰানত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্রয়োজনীয় সকলো পদক্ষেপ ল'বলৈ প্রতিশ্রুতিবদ্ধ। তেওঁ কয় যে সম্প্রতি ইৰানত প্রায় ৯ হাজাৰ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ অধিকাংশই বিদ্যার্থী। শ্রীজয়ছবালে কয় যে ইৰানৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰান ভ্...

January 9, 2026 8:37 PM

views 24

ডানাল্ড ট্রাম্পৰ হকে প্রতিবাদ সাব্যস্ত কৰাসকলে ৰাজহুৱা সম্পত্তি ধবংস কৰা বুলি অভিযোগ খামেইনিৰ

ইৰাণৰ নেতা আয়াতুল্লা আলী খামেইনিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পৰ হকে প্রতিবাদ সাব্যস্ত কৰা লোকসকলে ৰাজহুৱা সম্পত্তি ধবংস কৰা বুলি অভিযোগ তুলিছে। ইৰাণৰ জনসাধাৰণে সমন্বয়ৰে সকলো শত্রুক পৰাভূত কৰিব বুলি উল্লেখ কৰি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰথমে নিজৰ দেশৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়।