May 21, 2024 7:09 PM May 21, 2024 7:09 PM

views 18

অহা ২৮ জুনত ইৰাণত ৰাষ্ট্ৰপতি নির্বাচন

অহা ২৮ জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। দেশখনৰ চৰকাৰী সংবাদ প্রতিষ্ঠান IRNA-ই এই কথা প্ৰকাশ কৰি কৈছে যে দেশখনৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি মহম্মদ ম’খবেৰ, ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মহছেনি-এজেই আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কোৱালিবাফৰ লগতে আইনী পৰিক্ৰমা দপ্তৰৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ ডেহকান আৰু ইৰাণৰ সাংবিধানিক পৰিষদ তথা আভ্যন্তৰীণ মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে এটা হেলিকপ্তাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছিৰ...