May 10, 2024 12:02 PM
13
তেহৰানে ১৩ এপ্ৰিলত জব্দ কৰা ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজখনৰ ৫ ভাৰতীয় নাৱিকক মুকলি
তেহৰানে জব্দ কৰা আৰু ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজখনত থকা ৫ গৰাকী ভাৰতীয় নাৱিকক কালি মোকলাই দিয়া হয়। এয়া ভাৰতৰ বাবে বিশেষ কূটনৈতিক সাফল্যৰূপে পৰিগণিত হৈছে। ভাৰতীয় দূতাবাসে নাৱিক কেইগৰাকীৰ তথ্য প্ৰকাশ কৰি বন্দৰ আববাছত থকা ভাৰতীয় দূতাৱাস আৰু বাণিজ্যিক দূতাৱাসৰ সৈতে ঘনিষ্ঠ সমন্বয় বৰ্তাই ৰখাৰ বাবে ইৰানৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে। ইৰানে ইজৰাইলৰ সৈতে সম্পৰ্ক থকা মালবাহী জাহাজখন ১৩ এপ্ৰিলত জব্দ কৰিছিল। জাহাজখনত ১৭ গৰাকী ভাৰতীয় নাগৰিক আছিল। বিদেশ মন্ত্রালয়ে কৈছে যে, চালক দলৰ ১৭ গৰাকী ভাৰ...