June 18, 2025 12:46 PM

views 33

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব স্টাফ তথা ছুপ্রিম লিডাৰ আয়াতুল্লা আলি খামেনেৰ ঘনিষ্ঠ উপদেষ্টা আলি ছাদমানীৰ তেহৰানৰ এটা কমাণ্ড চেণ্টাৰত হোৱা বিমান আক্ৰমণত মৃত্যু হৈছে বুলি নিশ্চিত কৰিছে। যোৱা শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চীফ অব্ ষ্টাফৰ মৃত্যু হোৱাৰ পাছতেই ছাদমানীয়ে দেশখনৰ খতম-অল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ নেতৃত্ব লৈছিল। ইৰাণৰ ছাইবাৰ সুৰক্ষা কমাণ্ডে ইজৰাইলে দেশখনৰ ডিজিটেল আন্তঃগাঁথনিক লক্ষ্য কৰি ব্যাপক ছাইবাৰ যুদ্ধ চলোৱা বুলি অভিযোগ কৰে। ইয়াৰ ফলত দেশখনৰ যাৱতীয় সেৱাসমূহ ব্যাহত...