April 27, 2025 11:12 AM
ইৰানৰ দক্ষিণ প্ৰান্তৰ ছাহিদ ৰাজা বন্দৰত সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি
ইৰানৰ দক্ষিণ প্ৰান্তৰ বন্দৰ আববাছ চহৰৰ সমীপৰ ছাহিদ ৰাজা বন্দৰত কালি হোৱা ভয়াবহ বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি পাইছে। এই বিস্ফোৰণত কমেও ৭৫০ জন লোক আহত হৈছে। দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী...