April 27, 2025 11:12 AM

views 18

ইৰানৰ দক্ষিণ প্ৰান্তৰ ছাহিদ ৰাজা বন্দৰত সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি

ইৰানৰ দক্ষিণ প্ৰান্তৰ বন্দৰ আববাছ চহৰৰ সমীপৰ ছাহিদ ৰাজা বন্দৰত কালি হোৱা ভয়াবহ বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি পাইছে। এই বিস্ফোৰণত কমেও ৭৫০ জন লোক আহত হৈছে। দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী ইস্কন্দৰ মোমেনিয়ে এই বিষেয় সদৰি কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে সামাজিক মাধ্যম যোগে এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমাবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে এই বিস্ফোৰণৰ কাৰণ উদঘাটন কৰাৰ বাবে তদন্তৰ নিৰ্দেশ দিছে। তেওঁ কয়, যে অভ্যন্তৰীণ মন্ত্ৰীক তেওঁৰ বিশেষ প্রতিনিধি হিচাপে বিস্ফোৰণৰ পুংখা...