January 19, 2025 8:46 PM

views 20

ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক বিভাগৰ নতুন দিল্লীত বিশেষ অনুষ্ঠান

ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক বিভাগে কাইলৈ নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি নাগৰিকসকলৰ মনত ৰাষ্ট্ৰীয় গৌৰৱ তথা একতাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে বিভিন্ন কার্যসূচী গ্রহণ কৰা হ'ব।