May 31, 2025 12:17 PM
আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ
মুম্বাই ইণ্ডিয়ানছে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ...