May 31, 2025 12:17 PM

views 15

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ

মুম্বাই ইণ্ডিয়ানছে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২০৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাই ইণ্ডিয়ানছে এই জয়েৰে দ্বিতীয়খন কোৱালিফায়াৰত প্ৰৱেশ কৰিছে আৰু অভিলেখ সংখ্যক সপ্তমবাৰৰ বাবে আই পি এলৰ খিতাপ জয়ৰ আশা সজীৱ কৰি ৰাখিছে। গুজৰাট টাইটানছ প্রতি...