June 4, 2025 8:29 PM
বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেঁচা-ঠেলাত ছজন লোকৰ প্ৰাণহানি
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথম আই পি এল খিতাপ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেচা খেলাৰ ঘটনাত পদপৃষ্ঠ হৈ কমেও ছজন লোকে প্ৰাণ হেৰুৱাইছে। বিভিন্ন প...