June 4, 2025 8:29 PM

views 16

বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেঁচা-ঠেলাত ছজন লোকৰ প্ৰাণহানি

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথম আই পি এল খিতাপ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেচা খেলাৰ ঘটনাত পদপৃষ্ঠ হৈ কমেও ছজন লোকে প্ৰাণ হেৰুৱাইছে। বিভিন্ন প্ৰৱেশদ্বাৰেৰে হাজাৰ হাজাৰ অনুৰাগীয়ে ততাতৈয়াকৈ ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়ত এই হেচা থেলাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।