May 2, 2024 6:14 PM

views 17

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ খেল ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা ৯খন খেলৰ ভিতৰত ৮খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত আছে। আনহাতে, হায়দৰাবাদে ৯খন খেলৰ ভিতৰত ৫খনত জয়লাভ কৰি পঞ্চম স্থানত আছে। ইফালে, পাঞ্জাব কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক সাত উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৬৩ ৰানৰ বিজয় ল...

May 2, 2024 12:12 PM

views 49

IPL: সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব

♦ আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি হায়দাবাদত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা ৯খন খেলৰ ভিতৰত ৮খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত আছে। আনহাতে হায়দাবাদে ৯খন খেলৰ ভিতৰত পাঁচখনত জয়লাভ কৰি পঞ্চম স্থানত আছে। ইফালে, পাঞ্জাব কিংছে যোৱা নিশা চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই চুপাৰ কিংছক সাত উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৬৩ ৰাণৰ বিজয় লক্...

May 1, 2024 8:06 PM

views 25

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত কিছু সময়ৰ পাছত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। চেন্নাই ছুপাৰ কিংছ বর্তমান প্রতিযোগিতাৰ পইণ্ট তালিকাত চতুৰ্থ স্থানত আৰু পাঞ্জাৱ কিংছ অষ্টম স্থানত আছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৪৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত ছটা উইকেট হেৰুৱাই নিৰ্দ্ধা...

May 1, 2024 1:08 PM

views 19

আই পি এল ক্রিকেটঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪ উইকেটত জয়ী লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৪৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত ছটা উইকেট হেৰুৱাই নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। লক্ষ্ণৌৰ হৈ মাৰ্কাছ ষ্টয়নিছে ৪৫টা বলত ৬২ ৰাণ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময় ১৪৪ ৰাণ কৰে। মুম্বাইৰ হৈ নেহাল ৱধোই ৪১টা বলত ৪৬ ৰাণ ক...

April 28, 2024 7:56 PM

views 23

আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৯ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে - গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুয়ে ২০১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰত এটা উইকেট হেৰুৱাই ২০৬ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকচে সৰ্বাধিক ১০০ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৭০ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে বেংগালুৰুয়ে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আনহাতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কিছুসময়ৰ পাছত হবলগী...

April 28, 2024 1:24 PM

views 12

আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছ­ -ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ- চেন্নাই ছুপাৰকিংছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি ৩.৩০ বজাত হ'বলগীয়া প্ৰথমখন খেলত গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰকিংছ মুখামুখি হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৯৭ ৰানৰ বিজয় লক্...

April 26, 2024 12:07 PM

views 25

আই পি এলত আজি কলকাতাত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে যোৱানিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০৭ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭১ ৰানহে কৰিবলৈ সমর্থ হয়। হায়দৰাবাদৰ হৈ শ্বাহৰাজ আহমে...

April 25, 2024 11:56 AM

views 27

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত দেলহি কেপিটেলছৰ হাতত গুজৰাট টাইটানছ পৰাজিত

দেলহি কেপিটেলছে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত গুজৰাট টাইটানছক ৪ ৰানত পৰাস্ত কৰে। খেলখনত দেলহি কেপিটেলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অধিনায়ক ঋষভ পণ্টৰ অপৰাজিত ৮৮ আৰু অক্ষৰ পেটেলৰ ৬৬ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২২৪ ৰান কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ২২০ ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাটৰ হৈ ছাই সুদৰ্শনে ২৯টা বলত ৬৫ ৰান কৰে আৰু ডেভিদ মিলাৰে ২৩ টা বলত ৫৫ ৰানৰ বৰঙণি আগব...

April 21, 2024 8:56 PM

views 20

আই পি এল ক্রিকেটঃ কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ১ ৰানত জয়ী

 আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতা ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ১ ৰানত জয়ী হয়।  খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টচত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২২২ ৰাণ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ২০ অভাৰত হেৰুৱাই ২২১ ৰাণ সংগ্ৰহ কৰে । প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেলত চণ্ডীগড়ৰ মূল্লাণপুৰৰ মাহাৰাজা যাদৱীন্দ্ৰ সিং ইণ্টাৰনেচনেল ক্রিকেট ...

April 21, 2024 12:56 PM

views 24

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু -কলকাতা নাইটৰাইডাৰ্ছ আৰু পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি চাৰে ৩ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, সন্ধিয়া চাৰে ৭ বজাত চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি হ'ব। প্রতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছক ৬৭ ৰানত পৰাস্ত কৰে। দেলহি কেপিটেলছে ২৬৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অ'ভাৰ আৰু...