May 9, 2024 12:31 PM

views 8

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ১০ উইকেট পৰাস্ত

ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১০ উইকেট পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ আয়ুষ বড়োনিয়ে ৩০টা বলত ৫৫ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। নিকোলাছ পুৰাণে ৪৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ভূৱনেশ্বৰ কুমাৰে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ...

May 8, 2024 4:39 PM

views 24

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়াবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২২১ ৰান কৰে । প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে সুন্দৰ আৰম্ভণি কৰে যদিও দিল্লীৰ বলাৰসকলে ৰাজস্থানক ২০ অভাৰত ৮টা উইকেটৰ বি...

May 8, 2024 11:39 AM

views 19

আই পি এলত দেলহি কেপিটেলছৰ হাতত ৰাজস্থান ৰয়েলছ ২০ ৰানত পৰাস্ত

দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২২১ ৰান কৰে। দিল্লীৰ হৈ অভিষেক পোৰেলে ৩৬টা বলত ৬৫ ৰান কৰাৰ বিপৰীতে জেক ফ্ৰেজৰ মেকগৰ্গে মাত্র ২০টা বলত ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ আৰ অশ্বিনে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে সুন্দৰ আৰম্ভণি কৰে আৰু অধিনায়ক সঞ্জু ছেমছনে ৪৬টা বলত ৮৬ ৰান কৰে যদিও দিল্লীৰ বলাৰসকলে ৰাজস্...

May 6, 2024 6:26 PM

views 25

আই পি এলত আজি মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হবলগীয়া খেলত মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ১৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৱ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হর্ষিত ৰানা আৰু বৰণ চক্রৱর্তীয়ে ৩টাকে মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বেটিং লাইন বিধবস্ত ক...

May 6, 2024 1:36 PM

views 31

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩টাকৈ মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বেটিং লাইন বিধবস্ত কৰে। দলটোৰ হৈ কে এল ৰাহুল আৰু মাৰ্কাছ ষ্ট’ইনিছে ৫০ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই যদিও কে এল ৰাহুল আউট হোৱাৰ পাছতে সক...

May 5, 2024 8:48 PM

views 23

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ  ২৮ ৰানত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে পাঞ্জাব কিংছক ২৮ ৰানত পৰাজিত কৰিছে। ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৬৭ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৰবীন্দ্ৰ জাদেজাই ২৬ টা বলত সৰ্বাধিক ৪৩ ৰান কৰে। পাঞ্জাব দলৰ হৈ ৰাহুল চাহাৰ আৰু হৰ্ম্মল পেটেলে ৩ টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সক্ষম হয়। প্রতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেল...

May 11, 2024 5:21 PM

views 17

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ- চেন্নাই ছুপাৰ কিংছৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত বিয়লি চাৰে ৩ বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। ইপিনে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছক ৪ উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ...

May 4, 2024 1:28 PM

views 19

আই পি এলঃ যোৱানিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে

◊ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিচেল ষ্টাৰ্কে ৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। মুম্বাইৰ হৈ নুৱান টুছাৰাই ৩টা উইকেট দখল কৰে। কলকা...

May 4, 2024 12:52 PM

views 21

IPL: সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বেংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইফালে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অ’ভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিচেল ষ্টার্কে ৪টা উইকে...

May 3, 2024 5:41 PM

views 15

আই পি এল ক্রিকেটত আজি মুম্বাই ইন্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ছানৰাইডাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২০২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০০ ৰাণহে কৰিবলৈ সমর্থ হয়। দলটোৰ হৈ ৰিয়ান পৰাগে ৪৯ টা বলত ৭৭ আৰু যশস্বী জয়ছৱালে ৪০টা বলত ৬৭ ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ ভ...