May 8, 2025 10:31 AM

views 14

আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতা নাইড ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইড ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে ১৮০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ৪টা বলত ৮টা উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰে। চেন্নাইৰ হৈ দি ৱাল্ড ব্ৰেভিছে সৰ্বাধিক ৫২ ৰান কৰে। শিৱম ডুবে ৪৫ ৰানৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ বৈভৱ আৰোৰাই তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭...