May 30, 2025 10:11 AM

views 21

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। বেংগালুৰুৱে ১০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ ১০ অভাৰত দুটা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৪ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। বেংগালুৰুৰ হৈ যোশ হেজেড আৰু সূয়শ শৰ্মাই তিনিটাকৈ উইকেট দখল কৰে। সূয়শ শৰ্মাক প্লেয়াৰ অ দ্যা মেচ হিচাপে ঘোষণ...