November 21, 2025 9:25 PM

views 25

ভাৰত-দক্ষিণ আফ্ৰিকাৰ গভীৰ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু দীৰ্ঘদিনীয়া সম্পর্ক আছেঃ আই অ’ এল নিউজ

দক্ষিণ আফ্ৰিকাৰ আগশাৰীৰ ডিজিটেল মাধ্যম আই অ' এল নিউজে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গভীৰ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু দীৰ্ঘদিনীয়া সম্পর্ক আছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ লগতে চলিত বৰ্ষৰ জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী অভিজ্ঞ ৰাষ্ট্ৰনেতাৰূপে নহয়, বৰঞ্চ সফল বিশ্বনেতা হিচাপেও বিবেচিত হৈছে বুলি ইয়াৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ২০২৩ চনত ভাৰতে জি-২০ৰ নেতৃত্ব দিয়াৰ সময়ত আফ্রিকীয় সংঘই সংগঠনটোৰ স্থায়ী সদস্যপদ লাভ কৰাৰ বিষয়েও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ভাৰত দক্ষিণ আফ্ৰিকাৰ চতুর...