October 21, 2024 12:09 PM

views 30

আজি বিশ্ব আয়’ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস

আজি বিশ্ব আয়'ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জনসাধাৰণক আয়'ডিনৰ অভাৱত হোৱা বিসংগতিসমূহ প্ৰতিৰোধ কৰিবলৈ আয়'ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, দৈনিক প্ৰতিগৰাকী ব্যক্তিৰ বাবে ১৫০ মাইক্ৰ'গ্ৰাম আয়'ডিনৰ প্ৰয়োজন হয়।