September 26, 2024 9:20 PM September 26, 2024 9:20 PM

views 4

বিশ্বৰ মানচিত্ৰত ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত পূৰ্বৰ গৌৰৱ অৰ্জন কৰাৰ দিশত আগবাঢ়িছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কয় যে, বিশ্বৰ মানচিত্ৰত ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত পূৰ্বৰ গৌৰৱ অৰ্জন কৰাৰ দিশত আগবাঢ়িছে। নতুন দিল্লীত আজি ৮৩ সংখ্যক চি এছ আই আৰৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে সম্বোধন কৰি শ্ৰী ধনখড়ে কয় যে, অতীতত ভাৰতৰ বৈজ্ঞানিক দিশত থকা প্ৰজ্ঞাই বিশ্বক গৌৰৱান্বিত কৰিছিল। তেওঁ কয় যে, বিগত কেইটামান বৰ্ষত বৈজ্ঞানিক সম্প্রদায়ে বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰভাৱে বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰতি আস্থা প্রকাশ কৰিছ...