June 9, 2025 12:24 PM
মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে ৫খন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট-মোবাইল সেৱা বন্ধ
মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ পাঁচখন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰাৰ উপৰি অনিৰ্দিষ্টকালৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাজ্যখন...