December 3, 2025 9:03 PM December 3, 2025 9:03 PM
7
দিব্যাংগসকলৰ মৰ্যাদা আৰু সম-সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগসকলৰ মৰ্যাদা আৰু সম-সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে দিব্যাংগ লোকসকলে তেওঁলোকৰ সৃষ্টিশীলতা আৰু সমর্পনৰ জৰিয়তে বিভিন্ন ক্ষেত্রত আগবাঢ়ি যাবলৈ সমৰ্থ হৈছে। চৰকাৰে বিগত বছৰসমূহত বিশেষভাবে সক্ষম লোকসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰি শ্রীমোদীয়ে কয় যে দেশে আইন, আন্তঃগাঁথনি, অন্তর্ভুক্তিমূলক শিক্ষা নীতি, যাবতীয় প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰি...