May 18, 2025 7:42 PM
সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়ঃ সৰ্বানন্দ সোণোৱাল
সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সমাজত লিংগ সমতা অক্ষুণ্ণ থকাৰ লগতে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়। বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্ব...