May 21, 2024 8:28 PM

views 27

কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা

অসম ক্রিকেট সন্থাৰ উদ্যোগত কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ কেইবাটাও দলে অংশ ল'বলগীয়া এই প্ৰতিযোগিতাত দলসমূহক ৭টা ক্লাষ্টাৰত ভাগ কৰি বিভিন্ন স্থানত খেলসমূহ খেলোৱা হ'ব। গ্রুপ-এৰ খেলসমূহৰ বাহিৰে বাকী খেলসমূহ কাইলৈ আৰম্ভ হ'ব। কৰিমগঞ্জ, হোজাই, শিলচৰ আৰু হাইলাকান্দি জিলাৰ অংশগ্রহণেৰে কৰিমগঞ্জত হ'বলগীয়া গ্ৰুপ-এৰ খেল ২৪ মে'ত আৰম্ভ হ'ব। আনহাতে গ্রুপ-বিৰ খেল গোলাঘাট, ডিব্ৰুগড়, চৰাইদেও, শিৱসাগৰ আৰু নাহৰকটীয়াৰ অংশগ্ৰহণেৰে গোলাঘাটত খেলোৱা হ'ব। বৰপেটাত হ'বলগীয়া ...