November 10, 2024 8:09 PM

views 17

নৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

INS Vela, arrived in Colomboনৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে আজি কলম্বোত উপস্থিত হয়। শ্ৰীলংকাৰ নৌবাহিনীয়ে চাবমেৰিনখন আনুষ্ঠানিকভাৱে আদৰে। এই সময়ছোৱাত শ্ৰীলংকাৰ নৌবাহিনীৰ বিষয়া তথা চাবমেৰিনখনৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন দলীয় অনুশীলন কৰা হয়। থলুৱা কলৱৰি শ্ৰেণীৰ ডিজেল, বৈদ্যুতিক চাবমেৰিন আই এন এছ ৱেলা ২০২১ চনৰ নৱেম্বৰত মুকলি কৰা হৈছিল। কাৰ্যক্ষমতাৰ বিকাশৰ হকে থকা বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ হাতত লোৱা হৈছে। অহা বুধবাৰে কলম্বো এৰাৰ পূৰ্বে চাবমেৰিনখনৰ সুবিধাসমূহ স...