April 8, 2025 12:25 PM
17
অসম আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সম্পৰ্কীয় দেশৰ প্ৰথমখন আলোচনাচক্ৰ
ডিজিটেল মাধ্যমে শিশুসকলৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱ আৰু ইয়াৰ সমাধান সন্দৰ্ভত কালি অসম আৰক্ষীৰ উদ্যোগত গুৱাহাটীত এখন আলোচনাচক্র অনুষ্ঠিত হয়। ‘ইনফেনছিয়া’ শীৰ্ষক শিশু অধিকাৰ সম্পৰ্কীয় দেশৰ প্ৰথমখন আলোচনাচক্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু বলিউদৰ অভিনেত্রী নেহা ধুপীয়াৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এই আলোচনাত ডিজিটেল মাধ্যমসমূহত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অনলাইন মাধ্যমে শিশুৰ ওপৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰা হয় ৷ অনুষ্ঠানত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে শিশুৰ ...