January 22, 2025 12:13 PM January 22, 2025 12:13 PM

views 7

ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি ভাৰতৰ পি ভি সিন্ধু আৰু ভিয়েটনামৰ টি এল নগুয়েনৰ খেল

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি মহিলাৰ ছিংগলছত ভাৰতৰ প্রবীণ শ্বাটলাৰ পি ভি সিন্ধু ভিয়েটনামৰ টি এল নগুয়েনৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময়মতে আবেলি ৪ বাজি ৪০ মিনিটত আৰম্ভ হ'ব। আনহাতে লক্ষ্য সেনে ৰাউণ্ড ৩২ ইভেণ্টত জাপানৰ টাকুমা ওবায়াচীৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭ বাজি ১০ মিনিটত আৰম্ভ হ'ব। কালি প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ দিনা তানিশা ক্ৰেষ্টো আৰু অশ্বিনী পোনাপ্পাৰ যুটিটোৱে মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত অৰ্নিচা জংচাথাপৰ্ণপাৰ্ণ আৰু চুকিট্টা চুৱাচাইৰ থাই যুটিটোক ২১–...