August 30, 2025 10:52 AM

views 16

টকিঅ’ত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী চিগেৰু ইশ্বিবাই দুয়োখন দেশৰ মাজৰ কৌশলগত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে দশকজোৰা ব্যাপক ৰূপৰেখা মুকলি কৰে। টকিঅ’ত অনুষ্ঠিত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ পাছত দুয়োগৰাকী নেতাই এই কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে এই সন্মিলনত প্ৰধানমন্ত্রী ইশ্বিবা আৰু তেওঁ দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ উপৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ...