November 7, 2024 7:14 PM

views 31

ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে বাক্সা জিলাৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপাল লক্ষ্মনপ্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্রী দাছো চেৰিং টবগেই যুটীয়াভাৱে ভৱনটো উদ্বোধন কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণত কয় যে সংহত তালাচী চকীয়ে দুয়োদেশৰ মাজত অর্থনৈতিক তথা সামাজিক সংযোগ...

November 6, 2024 1:17 PM

views 60

ভাৰত-ভূটানৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে কাইলৈ দৰঙাত আব্ৰজন তালাচী চকী মুকলি কৰা হ’ব। দুয়োখন ৰাষ্ট্ৰৰ মাজত আন্তঃসম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূবন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দাসো চেৰিং টবগে মুখ্য অতিতি হিচাপে উপস্থিত থকাৰ কথা। দৰঙাত আব্ৰজন তালা...

October 18, 2024 9:01 PM

views 42

নতুন দিল্লীত ভূকেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালক টানৰ শক্তি মন্ত্ৰীৰ সাক্ষাৎ

ভূটানৰ শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্রী লিয়নপ’ জেম ছেৰিঙে আজি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালক সাক্ষাৎ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে বৈঠকত জলবিদ্যুৎ খণ্ডত দুয়োখন দেশৰে বহুদিনীয়া সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই লগতে পুনা ৱান জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে দুয়ো দেশৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈও আলোচনা কৰে। আলোচনাকালত মনোহৰ লালে ভূটানৰ সৈতে জলবিদ্যুৎ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধত...