November 21, 2024 8:02 PM

views 12

একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকৰ অৱসৰত ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড আষ্টিনে পৰিচালন সমন্বয়, তথ্যৰ আদান-প্ৰদান আৰু ঔদ্যোগিক উদ্ভাৱনৰ ভিত্তিত ভাৰত, আমেৰিকা প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা প্ৰগতিৰ ভূয়শী প্ৰশংসা কৰিছে। দুয়োগৰাকী নেতা আজি লাওছৰ ভিয়েটিয়ানেট একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকৰ অৱসৰত বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে, যে বৈঠকত দুয়ো পক্ষই ভাৰত-আমেৰিকা প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা পৰিকল্পনাৰ অধীনত জেট ইঞ্জিন, যুদ্ধ সামগ্ৰী আৰু গ্ৰাউণ...