June 10, 2024 11:36 AM June 10, 2024 11:36 AM
16
জার্মানীত অনুষ্ঠিত হেইলব্ৰানাৰ নেকৰকাপ চেলেঞ্জাৰ্ছ খিতাপ দখল ভাৰতৰ সুমিত নাগলৰ
ভাৰতৰ সুমিত নাগলে জার্মানীত অনুষ্ঠিত হেইলব্ৰানাৰ নেকৰকাপ চেলেঞ্জাৰ্ছ খিতাপ দখল কৰিছে। ফাইনেলত নাগলে ছুইজাৰলেণ্ডৰ আলেকজেণ্ডাৰ ৰিছাৰ্ডক ৬-১, ৬-৭, ৬-৩ ছেটত পৰাস্ত কৰে। এয়া হৈছে নাগলৰ ষষ্ঠ এ টি পি চেলেঞ্জার্ছ খিতাপ। উল্লেখযোগ্য যে, এই জয়েৰে ভাৰতীয় খেলুৱৈগৰাকী পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাটো প্ৰায় নিশ্চিত হ'ল।