January 1, 2025 2:11 PM

views 28

দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা: ডº জীতেন্দ্ৰ সিঙ

দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হৈ ৮৪০ কোটি ডলাৰৰ পৰা ৪ হাজাৰ ৪০০ কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় পাৰমানৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্রী ডº জীতেন্দ্ৰ সিঙে এই সম্ভাৱনা ব্যক্ত কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে মহাকাশ-জীৱ বিজ্ঞানৰ নেতৃত্ব দিব। তেওঁ কয়, যে অকল ২০২৩ বৰ্ষতে মহাকাশ খণ্ডত বিনিয়োগৰ পৰিমাণ এহেজাৰ কোটি টকা স্পর্শ কৰি এই ক্ষেত্ৰত দেশক বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ হিচাপে উন্নীত কৰিছে। বিদেশ...

December 14, 2024 9:08 PM

views 19

ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী ১০ বছৰত তিনিগুণ বৃদ্ধি পাবঃ ড০ জিতেন্দ্র সিং

ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী ১০ বছৰত তিনিগুণ বৃদ্ধি পাব। নতুন দিল্লীত আজি ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা ভাৰতীয় অর্থনীতি সন্মিলন সম্বোধন কৰি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰত ইয়াক মহাকাশ খণ্ডক গোলকীয় মানৰ পৰ্যায়লৈ লৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে। দেশে ২০১৪ চনৰ পৰা মহাকাশ খণ্ডত চকুতলগা ধৰণৰ প্ৰগতি লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বর্তমান বিশ্ব মহাকাশ অৰ্থনীতিত ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ অৱদান ৮ৰ পৰা ৯ শতাংশ ৷ ম...