October 7, 2024 9:02 PM
6
আয়ুষ্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা ১২ কোটিতকৈও অধিক পৰিয়াল লাভৱান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই আজি কয় যে ভাৰতৰ স্বাস্থ্য প্ৰণালীয়ে সার্বজনিন স্বাস্থ্য কভাৰেজ-ইউ এইচ চি আদায় কৰিবৰ বাবে সম্পূৰ্ণ চৰকাৰ আৰু সম্পূৰ্ণ সমাজ ব্যৱস্থাক আঁকোৱালি লৈছে। ইয়াৰ অধীনত প্ৰাথমিক স্বাস্থ্য চোৱাচিতা আৰু আৱশ্যকীয় সেৱা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থা ডব্লিঅ' এইচ অ'ৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সমিতিৰ ৭৭ সংখ্যক সন্মিলনক সম্বোধন কৰি শ্ৰীনাড্ডাই কয় যে, চৰকাৰৰ আয়ুষ্মান ভাৰত - প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা ১২ কোটিতকৈও অধ...