July 29, 2024 12:56 PM

views 16

পেৰিছ অলিম্পিকত আজি ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেল খেলিব অৰ্জুন বাবুটাই

পেৰিছ অলিম্পিকত আজি বিয়লি ৩.৩০ বজাত ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত অৰ্জুন বাবুটা অৱতীৰ্ণ হ'ব। আনহাতে, সৰবজোৎ সিঙৰ সৈতে মানু ভাকৰৰ যুটি আৰু অৰ্জুন সিং ছেমাৰ সৈতে ৰিডম চংৱানৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেচন ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইফালে পুৰুষ হকীত ভাৰতে আজি পুল বিৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ প্ৰথম দিনা নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছিল। ইপিনে, পেৰিছ অলিম্পিকত মানু ভাকৰে কালি ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদক তালিকা মুকলি কৰে । ভাৰ...