August 17, 2025 1:44 PM

views 8

আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ নায়ক, গ্রুপ কেপ্তেইন শুভাংশু শুক্লাক দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি

ভাৰতলৈ উভতি অহা আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ নায়ক, গ্রুপ কেপ্তেইন শুভাংশু শুক্লাক আজি নিচেই পুৱাতে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়৷ কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনে বিমানবন্দৰত আদৰণি জনায়। মহাকাশচাৰী শুভাংশু শুক্লাৰ পত্নী আৰু পুত্ৰয়ো বিমানবন্দৰত উপস্থিত থাকি তেওঁক ঘৰলৈ আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র আইএছএছ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই মহাকাশ অভিযানৰ পাছত পুন...